indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari
applications recieved

Loading...

আবেদনপত্ৰ পোৱা গৈছে

applications recieved

Loading...

অমীমাংসিত হৈ আছে

applications recieved

Loading...

যথাসময়ে অমীমাংসিত

applications recieved

Loading...

আবেদন নিষ্পত্তি হৈছে

applications recieved

Loading...

যথাসময়ে নিষ্পত্তি হৈছে

ভূমি আৰু সম্পত্তি
ভূমি আৰু সম্পত্তি

পঞ্জীয়ন আৰু প্ৰমাণপত্ৰ

বিবাহ
বিবাহ

পঞ্জীয়ন আৰু প্ৰমাণপত্ৰ

পোহনীয়া জন্তু আৰু পশু চিকিৎসা
পোহনীয়া জন্তু আৰু পশু চিকিৎসা

অনুজ্ঞাপত্ৰ আৰু প্ৰমাণপত্ৰ

জ্যেষ্ঠ নাগৰিক
জ্যেষ্ঠ নাগৰিক

প্ৰমাণপত্ৰ

দক্ষতা আৰু নিযুক্তি
দক্ষতা আৰু নিযুক্তি

পঞ্জীয়ন আৰু প্ৰমাণপত্ৰ

পৰিবহন
পৰিবহন

পঞ্জীয়ন আৰু প্ৰমাণপত্ৰ

পৰ্টেলৰ বিষয়ে

নাগৰিকসকলক এ.আৰ.টি.পি.এছে অধিসূচিত কৰা সেৱাৰ বাবে অনলাইন আবেদন কৰিবলৈ অনুমতি লাভ কৰাৰ লগতে অধিনিয়ম আৰু প্ৰক্ৰিয়াৰ অধীনত নাগৰিকৰ অধিকাৰৰ সৈতে সম্পৰ্কীয় সক্ৰিয় শুভাৰম্ভণিক উদগণি জনাবলৈ, অসম লোক সেৱা অধিকাৰ পোৰ্টেলটো, প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ বিশ্ব বেংকৰ দ্বাৰা বিত্ত পোষিত অসম নাগৰিক কেন্দ্ৰীক সেৱা বিতৰণ ব্যৱস্থাৰ অধীনত প্ৰস্তুত কৰা হৈছে।

নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অসমৰ বাসিন্দাসকলৰ বাবে ঘোষণা কৰা ৰাজহুৱা সেৱা বিতৰণৰ লগতে ইয়াৰ সৈতে সম্পৰ্কীয় আৰু প্ৰসংগিক বিষয়বস্তু প্ৰদানৰ লক্ষ্যেৰে ২০১২ চনত অসম লোক সেৱা অধিকাৰ আইনখন অসম চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল। ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাদে ৰাজ্যৰ অন্যান্য সকলো জিলাতেই অসম লোক সেৱা অধিকাৰ আইনখন কাৰ্যকৰী হৈছে।

অধিক পঢ়ক

আইন আৰু নিয়ম

ভাৰতবৰ্ষৰ লোক সেৱা বিধি, পৰিনিয়ত আইনেৰে গঠিত, য’ত চৰকাৰৰ দ্বাৰা নাগৰিকক প্ৰদান কৰা বিভিন্ন সাৰ্বজনীন সেৱা সময়মতে বিতৰণৰ প্ৰতিশ্ৰুতি আৰু বিধিৰ অধীনত নিৰ্ধাৰিত সেৱা যোগানৰ ক্ষেত্ৰত অপৰিপক্ক, অনিয়মিত চৰকাৰী কৰ্মচাৰীক শাস্তি বিহিবৰ বাবে কাৰ্য্যাবিধি প্ৰদান কৰে।

download icon ডাউনলোড কৰক

নাগৰিকক সময়মতে সেৱা প্ৰদানৰ লক্ষ্যেৰে ২০১২ চনত অসম লোক সেৱা অধিকাৰ আইনখন প্ৰণয়ন কৰা হৈছিল। এই আইন অনুসৰি, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ঘোষণা কৰা ৰাজহুৱা সেৱা বিতৰণৰ বাবে, বিভাগ বা জিলাত অধিসূচিত নিৰ্দিষ্ট একোজন মনোনীত চৰকাৰী কৰ্মচাৰী দায়বদ্ধ।

download icon ডাউনলোড কৰক

২০১২ চনৰ এ.আৰ.টি.পি.এছ বিধি, এ.আৰ.টি.পি.এছ আইন, ২০১২ ৰ সৈতে কাৰ্যকৰী হৈছিল। সম্প্ৰতি এই বিধিক অসম লোক সেৱা অধিকাৰ বিধি, ২০১২ বুলি জনা যায়।

download icon ডাউনলোড কৰক